বেটুপাত
Appearance
মেটা-ৱিকি
মেটা-ৱিকিলৈ আদৰণি জনাইছোঁ'— ই ৱিকিমিডিয়া ফাউণ্ডেসশ্যনৰ প্ৰকল্পসমূহৰ লগতে আনুষংগিক প্ৰকল্পসমূহৰ বাবে বিশ্বব্যাপী সমাজৰ ছাইট যি সমন্বয় গঢ়া আৰু তথ্যপত্ৰ প্ৰস্তুত কৰাৰ পৰা আদি কৰি পৰিকল্পনা আৰু বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা হয়।
ৱিকিমিডিয়া আউটৰিচৰ দৰে অন্য মেটা-কেন্দ্ৰিক বিশেষীকৃত ৱিকি প্ৰকল্পসমূহৰো মূল হৈছে মেটা-ৱিকি। ইয়াৰ সম্পৰ্কীয় আলোচনা ৱিকিমিডিয়া মেইলিং তালিকা (বিশেষকৈ wikimedia-l আৰু ইয়াতকৈ কম জনপ্ৰিয় সমপৰ্যায়ৰ ৱিকিমিডিয়াঘোষণা), লিবেৰা আইআৰচি চেনেল, ৱিকিমিডিয়া সগযোগীসকলৰ সুকীয়া ৱিকিসমূহ আৰু অন্য স্থানত কৰা হয়।
আগষ্ট ২০২৬
| August 31 : | 44th DCW Conversation Hour on Unpacking Software Heritage Open Science at UTC 3:30 – 4:30 PM. |
ছেপ্টেম্বৰ ২০২৬
| September 4 – September 6: | WikiConference India 2026 in Kochi, India |
| September 18 – September 20: | Wikimedia CEE Meeting 2026 in Cluj-Napoca, Romania |
| September 24 – September 27: | WikiConference North America 2026 in Edmonton, Canada |
অক্টোবৰ ২০২৬
| October 2 – October 4: | Language Diversity Conference in Accra, Ghana |
| October 9 – October 10: | Open Knowledge: Wikimedia & Research in the CEE Region in Katowice, Poland |
| October 17: | Wikikonference in Praha, Czechia |
- বাবেল, মেটা-ৱিকিৰ বিষয়সমূহৰ আলোচনা-মঞ্চ
- মেইলিং তালিকা আৰু আইআৰচি
- বাতৰি-পত্ৰ
- মিটআপ, অফলাইন কাৰ্যক্ৰমসমূহৰ তালিকা
- Recurring online meetings
- Events calendar
- Wikimedia Embassy|ৱিকিমিডিয়া দূতবাস, ভাষা অনুযায়ী স্থানীয় যোগাযোগৰ তালিকা
- ৱিকিমিডিয়া ফ'ৰাম, ৱিকিমিডিয়া প্ৰকল্পসমূহৰ বাবে এক বহুভাষিক মঞ্চ
- ৱিকিমিডিয়ানসকল
- ৱিকিমিডিয়া সম্পদ কেন্দ্ৰ, ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ সম্পদৰ বাবে কেন্দ্ৰ
ৱিকিমিডিয়া ফাউণ্ডেশ্যন হৈছে সৰ্বাংগীন অলাভকাৰী প্ৰতিস্থান যি আটাইবোৰ ৱিকিমিডিয়া প্ৰকল্প আৰু মিডিয়াৱিকিৰ ড'মেইন নাম, ল'গ' আৰু ট্ৰেডমাৰ্ককে ধৰি ৱিকিমিডিয়া ছাৰ্ভাৰসমূহৰ অধিকাৰী। মেটা-ৱিকি হৈছে ৱিভিন্ন ৱিকিমিডিয়া ৱিকিৰ সমন্বয়ী ৱিকি।
বিভিন্ন ভাষাগত সংস্কৰণ থকা বিষয়বস্তুৰ প্ৰকল্পসমূহ
ৱিকিপিডিয়া
মুক্ত বিশ্বকোষ
মুক্ত বিশ্বকোষ
ৱিকিঅভিধান
মুক্ত অভিধান আৰু শব্দকোষ
মুক্ত অভিধান আৰু শব্দকোষ
ৱিকিযাত্ৰা
মুক্ত ভ্ৰমণ-পথপ্ৰদৰ্শক
মুক্ত ভ্ৰমণ-পথপ্ৰদৰ্শক
ৱিকিউক্তি
উক্তিৰ সংগ্ৰহ
উক্তিৰ সংগ্ৰহ
ৱিকিবিশ্ববিদ্যালয়
মুক্ত শিক্ষাৰ সামগ্ৰী
মুক্ত শিক্ষাৰ সামগ্ৰী
ৱিকিউৎস
মুক্ত বিষয়বস্তুৰ পুথিভঁৰাল
মুক্ত বিষয়বস্তুৰ পুথিভঁৰাল
ৱিকিগ্ৰন্থ
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
মুক্ত পাঠ্যপুথি আৰু হাতপুথি
বহুভাষিক বিষয়বস্তুৰ প্ৰকল্পসমূহ
ৱিকিমিডিয়া কমঞ্ছ
মুক্ত মিডিয়াৰ ভঁৰাল
মুক্ত মিডিয়াৰ ভঁৰাল
ৱিকিতথ্য
মুক্ত জ্ঞান-ভিত্তি
মুক্ত জ্ঞান-ভিত্তি
ৱিকিপ্ৰজাতি
প্ৰজাতিসমূহৰ মুক্ত নিৰ্দেশিকা
প্ৰজাতিসমূহৰ মুক্ত নিৰ্দেশিকা
ৱিকিমিডিয়া ইনকিউবেটৰ
উন্নয়ন চলি থকা ভাষাগত সংস্কৰণৰ বাবে
উন্নয়ন চলি থকা ভাষাগত সংস্কৰণৰ বাবে
ৱিকিফাংশ্যঞ্ছ
মুক্ত ক'ডৰ ভঁৰাল
মুক্ত ক'ডৰ ভঁৰাল
"আউটৰিচ আৰু প্ৰশাসন"ৰ প্ৰকল্পসমূহ
ৱিকিমিডিয়া ফাউণ্ডেশ্যন
প্ৰতিষ্ঠানৰ জনসংযোগ
প্ৰতিষ্ঠানৰ জনসংযোগ
ৱিকিমিডিয়া আউটৰিচ
ৱিকিমিডিয়া আউটৰিচ ৱিকি
ৱিকিমিডিয়া আউটৰিচ ৱিকি
ৱিকিমেনিয়া
আন্তঃৰাষ্ট্ৰীয় সন্মিলন
আন্তঃৰাষ্ট্ৰীয় সন্মিলন
ৱিকিমিডিয়া মেইল-সেৱা
ৱিকিমিডিয়াৰ মেইলিং তালিকা
ৱিকিমিডিয়াৰ মেইলিং তালিকা
ৱিকিপৰিসংখ্যা
ৱিকিমিডিয়াৰ পৰিসংখ্যা
ৱিকিমিডিয়াৰ পৰিসংখ্যা
"কাৰিকৰী আৰু উন্নয়ন"ৰ প্ৰকল্পসমূহ
মিডিয়াৱিকি
মিডিয়াৱিকি ছফ্টৱেৰ তথ্যপত্ৰ
মিডিয়াৱিকি ছফ্টৱেৰ তথ্যপত্ৰ
ৱিকিকিটিপ
ৱিকিমিডিয়াৰ কাৰিকৰী তথ্যপত্ৰ
ৱিকিমিডিয়াৰ কাৰিকৰী তথ্যপত্ৰ
ফেব্ৰিকেটৰ
ছফ্টৱেৰ প্ৰকল্পৰ বাবে সমস্যাৰ ট্ৰেকাৰ আৰু পৰিকল্পনাৰ সঁজুলি
ছফ্টৱেৰ প্ৰকল্পৰ বাবে সমস্যাৰ ট্ৰেকাৰ আৰু পৰিকল্পনাৰ সঁজুলি
পৰীক্ষামূলক ৱিকিপিডিয়া
ছফ্টৱেৰৰ সাল-সলনি পৰীক্ষা কৰিবৰ বাবে
ছফ্টৱেৰৰ সাল-সলনি পৰীক্ষা কৰিবৰ বাবে
ৱিকিমিডিয়া ক্লাউড সেৱা
সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত ছফ্টৱেৰ প্ৰকল্প, সঁজুলি আৰু তথ্য বিশ্লেষণৰ বাবে হ'ষ্টিঙৰ পৰিৱেশ
সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত ছফ্টৱেৰ প্ৰকল্প, সঁজুলি আৰু তথ্য বিশ্লেষণৰ বাবে হ'ষ্টিঙৰ পৰিৱেশ